• Home
  • »
  • News
  • »
  • assam
  • »
  • ATMৰ পৰা ২ লাখ ৪৬ হাজাৰ টকা লুটিছিল এই ৩ চোৰে, ভগাই থাকোতেই হাতে–লোটে ধৰিলে আৰক্ষীয়ে

ATMৰ পৰা ২ লাখ ৪৬ হাজাৰ টকা লুটিছিল এই ৩ চোৰে, ভগাই থাকোতেই হাতে–লোটে ধৰিলে আৰক্ষীয়ে

এটিএমৰ পৰা লুটি নিয়া ২ লাখ ৪৬ হাজাৰ টকাৰ ভিতৰত ২ লাখ ৪০ হাজাৰ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে।

এটিএমৰ পৰা লুটি নিয়া ২ লাখ ৪৬ হাজাৰ টকাৰ ভিতৰত ২ লাখ ৪০ হাজাৰ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে।

এটিএমৰ পৰা লুটি নিয়া ২ লাখ ৪৬ হাজাৰ টকাৰ ভিতৰত ২ লাখ ৪০ হাজাৰ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে।

  • Share this:
গুৱাহাটীৰ নিজৰাপাৰৰ ইণ্ডিয়ান অ'ভাৰছিছ বেংকৰ ATMত লুটপাতৰ ঘটনা। চানমাৰি আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৩ ATM চোৰক। ধৃত চোৰকেইটা দ্বীপ মুদৈ, সুভাষ কলিতা আৰু সোমনাথ ধাৰা।

এটিএম ভাঙি লুটি নিছিল ধনখিনি। আৰক্ষীয়ে অভিযান চলাই বামুণীমৈদামৰ এটা ফ্লেটৰ পৰা গ্ৰেপ্তাৰ কৰে তিনিওকে। টকা ভাগ কৰি থাকোতেই হাতে–লোটে গ্ৰেপ্তাৰ হয় চোৰকেইটা। এটিএমৰ পৰা লুটি নিয়া ২ লাখ ৪৬ হাজাৰ টকাৰ ভিতৰত ২ লাখ ৪০ হাজাৰ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে।
Published by:Sanjay Kumar Das
First published: