এটিএমৰ পৰা লুটি নিয়া ২ লাখ ৪৬ হাজাৰ টকাৰ ভিতৰত ২ লাখ ৪০ হাজাৰ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে।
এটিএমৰ পৰা লুটি নিয়া ২ লাখ ৪৬ হাজাৰ টকাৰ ভিতৰত ২ লাখ ৪০ হাজাৰ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে।
গুৱাহাটীৰ নিজৰাপাৰৰ ইণ্ডিয়ান অ'ভাৰছিছ বেংকৰ ATMত লুটপাতৰ ঘটনা। চানমাৰি আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৩ ATM চোৰক। ধৃত চোৰকেইটা দ্বীপ মুদৈ, সুভাষ কলিতা আৰু সোমনাথ ধাৰা।
এটিএম ভাঙি লুটি নিছিল ধনখিনি। আৰক্ষীয়ে অভিযান চলাই বামুণীমৈদামৰ এটা ফ্লেটৰ পৰা গ্ৰেপ্তাৰ কৰে তিনিওকে। টকা ভাগ কৰি থাকোতেই হাতে–লোটে গ্ৰেপ্তাৰ হয় চোৰকেইটা। এটিএমৰ পৰা লুটি নিয়া ২ লাখ ৪৬ হাজাৰ টকাৰ ভিতৰত ২ লাখ ৪০ হাজাৰ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|