মছজিদত চুৰি কৰিবলৈ গৈ ৰাইজৰ ৰোষত ২ চোৰ, জ্বলাই দিলে বাহন

উত্তেজিত ৰাইজে চোৰ দুটাক গতাই দিয়ে আৰক্ষীক

News18-Assam
Updated:November 2, 2019, 9:58 AM IST
মছজিদত চুৰি কৰিবলৈ গৈ ৰাইজৰ ৰোষত ২ চোৰ, জ্বলাই দিলে বাহন
উত্তেজিত ৰাইজে চোৰ দুটাক গতাই দিয়ে আৰক্ষীক
News18-Assam
Updated: November 2, 2019, 9:58 AM IST
ৰঙিয়াত ৰাইজৰ ৰোষত ২ চোৰ।
মছজিদত চুৰি কৰিবলৈ আহি আটক ২ চোৰ।
ধৃত চোৰ দুটা নিতুমণি মালাকাৰ আৰু বিকি।

ৰাইজে উত্তম মধ্যম সোধাই জ্বলাই দিলে চোৰৰ বাইক।
উত্তেজিত ৰাইজে চোৰ দুটাক গতাই দিয়ে আৰক্ষীক।
আৰু চাওক পৰৱৰ্তী বাতৰি