শিৱসাগৰৰ ঐতিহাসিক আজানপীৰ দৰগাহত চুৰি, দুৰ্বৃত্তই লুটি নিলে দানপাত্ৰৰ কেইবালাখ টকা

মঙলবাৰে নিশা চোৰে দানপাত্ৰ ভাঙি লুটি নিলে বহু ধন। নিব নোৱাৰা কিছু পৰিমাণৰ ধন দানপাত্ৰতে এৰি গ’ল দুৰ্বৃত্তই।

News18-Assam
Updated:October 9, 2019, 2:55 PM IST
শিৱসাগৰৰ ঐতিহাসিক আজানপীৰ দৰগাহত চুৰি, দুৰ্বৃত্তই লুটি নিলে দানপাত্ৰৰ কেইবালাখ টকা
মঙলবাৰে নিশা চোৰে দানপাত্ৰ ভাঙি লুটি নিলে বহু ধন। নিব নোৱাৰা কিছু পৰিমাণৰ ধন দানপাত্ৰতে এৰি গ’ল দুৰ্বৃত্তই।
News18-Assam
Updated: October 9, 2019, 2:55 PM IST
শিৱসাগৰৰ ঐতিহাসিক আজানপীৰ দৰগাহত চোৰৰ লুটপাত। দৰগাহৰ দানপাত্ৰ ভাঙি দুৰ্বৃত্তই লুটি নিলে কেইবালাখ টকা। দীৰ্ঘদিনৰে পৰা বন্ধ হৈ আছিল দৰগাহৰ দানপাত্ৰ। পৰিচালনা সমিতিৰ দুটা ফৈদৰ সংঘাতৰ বাবে বন্ধ আছিল দানপাত্ৰ। দানপাত্ৰত জমা হৈছিল কেইবা লক্ষাধিক টকা। মঙলবাৰে নিশা চোৰে দানপাত্ৰ ভাঙি লুটি নিলে বহু ধন। নিব নোৱাৰা কিছু পৰিমাণৰ ধন দানপাত্ৰতে এৰি গ’ল দুৰ্বৃত্তই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি