মুখ্যপৃষ্ঠা »খবৰ »অসম »নগাঁৱত চোৰে লুটি নিলে কেইবা লক্ষাধিক টকাৰ অলংকাৰ–নগদ ধন, কিন্তু চোৰে এৰি গ’ল এই ক্লু

নগাঁৱত চোৰে লুটি নিলে কেইবা লক্ষাধিক টকাৰ অলংকাৰ–নগদ ধন, কিন্তু চোৰে এৰি গ’ল এই ক্লু

চেতনানাশক দ্ৰব্য স্প্ৰে’ৰ জৰিয়তে গৃহস্থক অচেতন কৰি ঘৰটোত চোৰে চলাইছিল লুটপাত৷

চেতনানাশক দ্ৰব্য স্প্ৰে’ৰ জৰিয়তে গৃহস্থক অচেতন কৰি ঘৰটোত চোৰে চলাইছিল লুটপাত৷

চেতনানাশক দ্ৰব্য স্প্ৰে’ৰ জৰিয়তে গৃহস্থক অচেতন কৰি ঘৰটোত চোৰে চলাইছিল লুটপাত৷

  • Share this:
নগাঁৱত অব্যাহত আছে চোৰৰ উপদ্ৰৱ৷ শনিবাৰে নিশা হয়বৰগাঁও লাওখোৱা ৰোডত চোৰে চলালে লুটপাত৷ দেৱজিৎ ভূঞা নামৰ ব্যক্তিজনৰ ঘৰৰ দৰ্জা ভাঙি প্ৰৱেশ কৰা চোৰে লুটি নিলে বহু লক্ষাধিক টকাৰ সোণ-ৰূপৰ আ-অলংকাৰৰ লগতে নগদ প্ৰায় ৮০ হাজাৰ টকা৷

চেতনানাশক দ্ৰব্য স্প্ৰে’ৰ জৰিয়তে গৃহস্থক অচেতন কৰি ঘৰটোত চোৰে চলাইছিল লুটপাত৷ ইফালে চুৰিকাণ্ড সংঘটিত হোৱা ঘৰটোত উদ্ধাৰ হৈছে চোৰৰ দলে ব্যৱহাৰ কৰা এটা ম’বাইল ফোন৷ এই ম’বাইল ফোনটোৰ জৰিয়তে আৰক্ষীৰ সঠিক অনুসন্ধানত চোৰ জালত পৰাৰ সম্ভাৱনা আছে

শেহতীয়া বাতৰি