মুখ্যপৃষ্ঠা » খবৰ

» অসম

»এইবাৰ কামৰূপ আৰক্ষীৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ গাড়ীচোৰ নেকিবৰ ৰহমান

এইবাৰ কামৰূপ আৰক্ষীৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ গাড়ীচোৰ নেকিবৰ ৰহমান

News18 Assam | News18-Assam
Updated:September 6, 2021, 2:47 PM IST
এইবাৰ কামৰূপ আৰক্ষীৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ গাড়ীচোৰ নেকিবৰ ৰহমান
প্ৰতীকী ফটো

ভৰিত গুলীবিদ্ধ হৈ আঘাতপ্ৰাপ্ত নেকিবৰক ৰাণী চিকিৎসালয় প্ৰাথমিক চিকিৎসাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

  • Share this:
এইবাৰ কামৰূপ আৰক্ষীৰ এনকাউণ্টাৰ। নিশা কামৰূপ আৰক্ষীৰ গুলীত আহত হ’ল দুৰ্ধৰ্ষ মটৰ চাইকেল চোৰ নেকিবৰ ৰহমান ওৰফে নকুল। পলাশবাৰীৰ বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত দখলাত আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰোতে আৰক্ষীৰ গুলীচালনা।

ভৰিত গুলীবিদ্ধ হৈ আঘাতপ্ৰাপ্ত নেকিবৰক ৰাণী চিকিৎসালয় প্ৰাথমিক চিকিৎসাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। দুধৰ্ষ গাড়ীচোৰ বগাৰ সহযোগী নেকিবৰ অসম আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰিছিল। কামৰূপ আৰক্ষীয়ে এখন চুৰি মটৰ চাইকেলসহ আটক কৰাৰ পিছতে নেকিবৰে পলায়নৰ চেষ্টা কৰিছিল।
Published by: Sanjay Kumar Das
First published: September 6, 2021, 2:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি