শিৱসাগৰৰ তিনিটা মছজিদত চোৰৰ লুটপাত, চাওক চুৰিকাণ্ডৰ দৃশ্য

News18-Assam
Updated:November 17, 2019, 3:49 PM IST
শিৱসাগৰৰ তিনিটা মছজিদত চোৰৰ লুটপাত, চাওক চুৰিকাণ্ডৰ দৃশ্য
চিচিটিভিত বন্দী বৰ মছজিদৰ চুৰিকাণ্ডৰ দৃশ্য। চোৰে দানপাত্ৰ ভাঙি লক্ষাধিক টকা লুট কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে।

চিচিটিভিত বন্দী বৰ মছজিদৰ চুৰিকাণ্ডৰ দৃশ্য। চোৰে দানপাত্ৰ ভাঙি লক্ষাধিক টকা লুট কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে।

  • Share this:
শিৱসাগৰৰ নামতিত তিনিটাকৈ মছজিদত চুৰিকাণ্ড। নামতি চাৰিআলি বৰ মছজিদ, নামতি আলি মছজিদ আৰু টিং মছজিদত চোৰে চলালে লুটপাত। তিনিওটা মছজিদৰ পাঁচটাকৈ দানপাত্ৰ ভাঙিলে চোৰে। চিচিটিভিত বন্দী বৰ মছজিদৰ চুৰিকাণ্ডৰ দৃশ্য। চোৰে দানপাত্ৰ ভাঙি লক্ষাধিক টকা লুট কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে। অৱশ্যে কিমান ধন নিবলৈ সক্ষম হৈছে সেয়া সঠিককৈ জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

চুৰিকাণ্ডৰ দৃশ্য


চুৰিকাণ্ডৰ দৃশ্য
আৰু চাওক
পৰৱৰ্তী বাতৰি