দোকানৰ পিছফালেৰে প্ৰতিষ্ঠানখনত প্ৰৱেশ কৰা এটা চোৰে নগদ ধনসহ গহণাৰ দোকানত থকা অন্যান্য সা–সামগ্ৰী লুট কৰি লৈ যায়।
দোকানৰ পিছফালেৰে প্ৰতিষ্ঠানখনত প্ৰৱেশ কৰা এটা চোৰে নগদ ধনসহ গহণাৰ দোকানত থকা অন্যান্য সা–সামগ্ৰী লুট কৰি লৈ যায়।
হোজাইৰ (Hojai) শিৱা জুৱেলাৰীত চোৰৰ লুটপাত। পুৰণি বজাৰ ৰে’লৱে ষ্টেচনৰ সমীপৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে চলালে লুটপাত। দোকানৰ পিছফালেৰে প্ৰতিষ্ঠানখনত প্ৰৱেশ কৰা এটা চোৰে নগদ ধনসহ গহণাৰ দোকানত থকা অন্যান্য সা–সামগ্ৰী লুট কৰি লৈ যায়।
ইফালে চোৰে চলোৱা এই লুটপাতৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰৈছে চিচিটিভি কেমেৰাত। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও চোৰৰ কোনো এইপৰ্যন্ত শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। উক্ত চুৰিৰ ঘটনাটো পুৱতিনিশা সংঘটিত হৈছিল যদিও দোকানৰ গৰাকীয়ে দোকান খোলাত পলম হোৱাত পলমকৈ পোহৰলৈ অহাৰ লগতে ঘটনা সংক্ৰান্তত দোকানৰ গৰাকীয়ে দাখিল কৰিছে এজাহাৰ।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|