সুবৰ্ণ সুযোগ ল’লে চোৰে, কোৰোণাত আক্ৰান্ত পৰিয়ালৰ ঘৰত চলালে লুটপাত

News18 Assam | News18-Assam
Updated:July 14, 2020, 6:48 PM IST
সুবৰ্ণ সুযোগ ল’লে চোৰে, কোৰোণাত আক্ৰান্ত পৰিয়ালৰ ঘৰত চলালে লুটপাত
সোমবাৰে চিকিৎসালয়ৰ পৰা দীপক দাস আৰু তেওঁৰ পুত্ৰ হাস্পতালৰ পৰা মুকলি হৈ ঘৰত প্ৰৱেশ কৰাৰ পিছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা।

সোমবাৰে চিকিৎসালয়ৰ পৰা দীপক দাস আৰু তেওঁৰ পুত্ৰ হাস্পতালৰ পৰা মুকলি হৈ ঘৰত প্ৰৱেশ কৰাৰ পিছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা।

  • Share this:
এইবাৰ চোৰৰ চকু পৰিল মালিগাঁৱৰ ৰে’লৱে কৰ্মচাৰী দীপক দাসৰ কোৱাৰ্টাৰত। ৪জনীয়া পৰিয়ালৰ আটাইকেইজন কোভিড পজিটিভ হোৱাৰ বাবে ঘৰত তলা মাৰি চিকিৎসালয়ত ভৰ্তি হৈছিল। ৪জুলাইৰ পৰা ঘৰত নাছিল কোভিড পজিটিভ হোৱা পৰিয়ালটোৰ সদস্যসকল। সোমবাৰে চিকিৎসালয়ৰ পৰা দীপক দাস আৰু তেওঁৰ পুত্ৰ হাস্পতালৰ পৰা মুকলি হৈ ঘৰত প্ৰৱেশ কৰাৰ পিছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা। পৰিয়ালৰ সন্দেহ, ওচৰ–চুবুৰীয়া জড়িত আছে এই চুৰিকাৰ্যত। চোৰে লৈ যায় সোণৰ আ-অলংকাৰ, নগদ ধন, লেপটপ, আৰু কেমেৰা।
Published by: Sanjay Kumar Das
First published: July 14, 2020, 6:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading