বোকাখাতত সোণসহ আটক এটা চোৰ

News18-Assam
Updated:June 15, 2019, 12:33 PM IST
বোকাখাতত সোণসহ আটক এটা চোৰ
ধৃত চোৰটোৰ নাম নিপেন শইকীয়া। এটা কুৰিয়াৰ ছাৰ্ভিচৰ পৰা চোৰ কৰিছিল সোণখিনি। 

ধৃত চোৰটোৰ নাম নিপেন শইকীয়া। এটা কুৰিয়াৰ ছাৰ্ভিচৰ পৰা চোৰ কৰিছিল সোণখিনি। 

  • Share this:
বোকাখাতত সোণসহ আটক এটা চোৰ। ধৃত চোৰটোৰ নাম নিপেন শইকীয়া। এটা কুৰিয়াৰ ছাৰ্ভিচৰ পৰা চোৰ কৰিছিল সোণখিনি। পল্টন বজাৰৰ প্ৰাইম টাইম এক্সপ্ৰেছ কুৰিয়াৰত চুৰি কৰিছিল চোৰটোৱে।


ঘৰৰ শৌসালয়ত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ হয় সোণখিনি। ক্ৰাইম ব্ৰাঞ্চৰ সহযোগত আৰক্ষীয়ে চলাইছিল অভিযান।
First published: June 15, 2019, 12:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading