உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মই নতুন, সি আহি আহি চিনাকি হৈ গ’ল – পলাব নোৱাৰি আৰক্ষীৰ জালত পৰা চোৰৰ স্বীকাৰোক্তি

    মই নতুন, সি আহি আহি চিনাকি হৈ গ’ল – পলাব নোৱাৰি আৰক্ষীৰ জালত পৰা চোৰৰ স্বীকাৰোক্তি

    পুৱতিনিশা টীয়ক আৰক্ষীয়ে বহু সামগ্ৰীসহ আটক কৰিবলৈ সক্ষম হয় এইটো গভাইত চোৰক।

    পুৱতিনিশা টীয়ক আৰক্ষীয়ে বহু সামগ্ৰীসহ আটক কৰিবলৈ সক্ষম হয় এইটো গভাইত চোৰক।

    পুৱতিনিশা টীয়ক আৰক্ষীয়ে বহু সামগ্ৰীসহ আটক কৰিবলৈ সক্ষম হয় এইটো গভাইত চোৰক।

    • Share this:
    ‘মই নতুন, সি চুৰি কৰিবলৈ আহি আহি চিনাকি হৈ গল’ – চুৰি কৰিবলৈ আহি আৰক্ষীৰ জালত পৰা এটা চোৰৰ স্বীকাৰোক্তি এয়া।

    পুৱতিনিশা টীয়ক আৰক্ষীয়ে বহু সামগ্ৰীসহ আটক কৰিবলৈ সক্ষম হয় এইটো গভাইত চোৰক। নগাঁৱৰ কলিয়াবৰৰ হিমাংশু বৰ্মন নামৰ চোৰটোৰ পৰা দুটা লেপটপ, এখন মটৰ চাইকেল, কম্পিউটাৰ হাৰ্ড ডিস্ক,ম'বাইল আৰু নগদ ২৯,১০০ টকা আৰক্ষীয়ে উদ্ধাৰ কৰিছে।

    ঘটনা অনুসৰি, টীয়ক নগৰৰ নন্দৰপুৰৰ এঘৰৰ পৰা এই সামগ্ৰী চুৰি কৰি নি জগদুৱাৰৰ এটা এটিএমৰ সন্মুখত জিৰণি লৈছিল চোৰৰ দলটোৱে। তেনেতে এন্ট্ৰি মাৰে টীয়ক আৰক্ষীয়ে। দীৰ্ঘদিনে চুৰি কাৰ্যৰে একপ্ৰকাৰ সন্ত্ৰাস চলাই অহা এইটো চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও পলাই সাৰে ৰাজীৱ বৰ্মন নামৰ আন এটা গভাইত চোৰ।
    Published by:Sanjay Kumar Das
    First published: