ঠেঙাল কছাৰী স্বায়ত্ব পৰিষদৰ যোৰহাটতত ১০টা, গোলাঘাটত ৫টা, ডিব্ৰুগড়ত ৫টা, লখিমপুৰত ১টা আৰু ধেমাজিৰ এটাকৈ মুঠ ২২টা সমষ্টি আছে।
কোভিড পৰিস্থিতিৰ মাজতে আজি ঠেঙাল কছাৰী পৰিষদৰ নিৰ্বাচন। উজনিৰ যোৰহাট, গোলাঘাট, ধেমাজি, ডিব্ৰুগড়, লখিমপুৰৰ ২২টা সমষ্টিৰ ৫৮ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব। ভোটাৰৰ সংখ্যা ৮৬,৩৫১। পৰিষদীয় নিৰ্বাচনত বিজেপিৰ ১৭ গৰাকী, কংগ্ৰেছৰ ২০ গৰাকী, অসম গণ পৰিষদৰ ৫গৰাকী, চিপিআইৰ ৩গৰাকী, অসম জাতীয় পৰিষদৰ ১গৰাকী, আপৰ ১গৰাকী আৰু ১১গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে। মুঠ ১৫৩টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান চলিব। ঠেঙাল কছাৰী স্বায়ত্ব পৰিষদৰ যোৰহাটতত ১০টা, গোলাঘাটত ৫টা, ডিব্ৰুগড়ত ৫টা, লখিমপুৰত ১টা আৰু ধেমাজিৰ এটাকৈ মুঠ ২২টা সমষ্টি আছে। পুৱা ৭ বজাৰ পৰা ৪ বজালৈ হ’ব ভোটগ্ৰহণ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|