உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বানপানীৰ মাজত ছেলফী ল'বলৈ যোৱা যুৱকক উটুৱাই লৈ গ'ল প্ৰৱল সোঁতে, কামপুৰত সংঘটিত হ'ল এই ঘটনা

    বানপানীৰ মাজত ছেলফী ল'বলৈ যোৱা যুৱকক উটুৱাই লৈ গ'ল প্ৰৱল সোঁতে, কামপুৰত সংঘটিত হ'ল এই ঘটনা

    ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি। ইয়াৰ মাজতে আহিছে এক শিহৰণকাৰী খবৰ।

    ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি। ইয়াৰ মাজতে আহিছে এক শিহৰণকাৰী খবৰ।

    ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি। ইয়াৰ মাজতে আহিছে এক শিহৰণকাৰী খবৰ।

    • Share this:
    ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি। ইয়াৰ মাজতে আহিছে এক শিহৰণকাৰী খবৰ। বানপানীৰ মাজত ছেলফী ল'বলৈ যোৱা এজন যুৱকক উটুৱাই লৈ গ'ল পানীৰ প্ৰৱল সোঁতে। বৃহস্পতিবাৰে কামপুৰত সংঘটিত হয় এই ঘটনা।



    মাছ মাৰি থকা অৱস্থাত পানীৰ সোঁতত উটি গল যুৱকজন। পিছত স্থানীয় লোকে কোনো মতে উদ্ধাৰ কৰে লোকজনক। যুৱকজনৰ নাম ছৰিফ আলী। ঘৰ কামপুৰৰ আহোমগাঁৱত।
    Published by:Himangshu Bhuyan
    First published: