ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি। ইয়াৰ মাজতে আহিছে এক শিহৰণকাৰী খবৰ।
ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি। ইয়াৰ মাজতে আহিছে এক শিহৰণকাৰী খবৰ।
ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি। ইয়াৰ মাজতে আহিছে এক শিহৰণকাৰী খবৰ। বানপানীৰ মাজত ছেলফী ল'বলৈ যোৱা এজন যুৱকক উটুৱাই লৈ গ'ল পানীৰ প্ৰৱল সোঁতে। বৃহস্পতিবাৰে কামপুৰত সংঘটিত হয় এই ঘটনা।
মাছ মাৰি থকা অৱস্থাত পানীৰ সোঁতত উটি গল যুৱকজন। পিছত স্থানীয় লোকে কোনো মতে উদ্ধাৰ কৰে লোকজনক। যুৱকজনৰ নাম ছৰিফ আলী। ঘৰ কামপুৰৰ আহোমগাঁৱত।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|