সন্ধান ওলাল AN 32 বায়ুসেনা বিমানৰ ধ্বংসাৱশেষ

চিয়াঙৰ পায়ুমত পোৱা গৈছে ধ্বংসাৱশেষ। গাটে গাঁৱত AN 32ৰ ধ্বংসাৱশেষ উদ্ধাৰ। ৩ জুনৰ পৰা সন্ধানহীন হৈ আছিল বায়ুসেনাৰ AN-32 বিমানখন। 

News18-Assam
Updated:June 11, 2019, 3:29 PM IST
সন্ধান ওলাল AN 32 বায়ুসেনা বিমানৰ ধ্বংসাৱশেষ
চিয়াঙৰ পায়ুমত পোৱা গৈছে ধ্বংসাৱশেষ। গাটে গাঁৱত AN 32ৰ ধ্বংসাৱশেষ উদ্ধাৰ। ৩ জুনৰ পৰা সন্ধানহীন হৈ আছিল বায়ুসেনাৰ AN-32 বিমানখন। 
News18-Assam
Updated: June 11, 2019, 3:29 PM IST
সন্ধান ওলাল AN 32 বায়ুসেনা বিমানৰ ধ্বংসাৱশেষ। চিয়াঙৰ পায়ুমত পোৱা গৈছে ধ্বংসাৱশেষ। গাটে গাঁৱত AN 32ৰ ধ্বংসাৱশেষ উদ্ধাৰ। ৩ জুনৰ পৰা সন্ধানহীন হৈ আছিল বায়ুসেনাৰ AN-32 বিমানখন। উৰণৰ ৫ মিনিট পিছতে সন্ধানহীন হৈছিল বিমানখন।
যোৰহাটৰ পৰা অৰুণাচলৰ মেছুকাৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ডলৈ গৈছিল। ৮জন ক্ৰিউ আৰু ৫ যাত্ৰীসহ ১৩গৰাকী লোক আছিল।

 


আৰু চাওক পৰৱৰ্তী বাতৰি