ক্ৰমাৎ হ্ৰাস কাল ঘূৰ্ণী ‘ফণী’ৰ গতিবেগ

ওড়িশা, পশ্চিবংগ, ঝাৰখণ্ড আৰু বিহাৰৰ পিছত বাংলাদেশলৈ গতি কৰিছে ‘ফণী’য়ে। পৰিস্থিতি নিয়ন্ত্ৰণ হৈছে

Dulu Medhi | news18assam
Updated:May 4, 2019, 12:52 PM IST
ক্ৰমাৎ হ্ৰাস কাল ঘূৰ্ণী ‘ফণী’ৰ গতিবেগ
ওড়িশা, পশ্চিবংগ, ঝাৰখণ্ড আৰু বিহাৰৰ পিছত বাংলাদেশলৈ গতি কৰিছে ‘ফণী’য়ে। পৰিস্থিতি নিয়ন্ত্ৰণ হৈছে
Dulu Medhi | news18assam
Updated: May 4, 2019, 12:52 PM IST
ক্ৰমাৎ হ্ৰাস পাইছে কাল ঘূৰ্ণী ‘ফণী’ৰ গতিবেগ। ওড়িশা, পশ্চিবংগ, ঝাৰখণ্ড আৰু বিহাৰৰ পিছত বাংলাদেশলৈ গতি কৰিছে ‘ফণী’য়ে। পৰিস্থিতি নিয়ন্ত্ৰণ হৈছে। পশ্চিমবংগত NDRFৰ ৯টা দল উপস্থিত হৈছে।

আৰু চাওক পৰৱৰ্তী বাতৰি