উপায় নাই! য’তে–ত’তে পিকোৱা মানুহৰ কাৰণে এতিয়া প্লাষ্টিকৰ ক’ভাৰে ঢাকিবলগীয়া হৈছে ডিভাইডাৰ

News18 Assam | News18-Assam
Updated:December 4, 2019, 7:32 PM IST
উপায় নাই! য’তে–ত’তে পিকোৱা মানুহৰ কাৰণে এতিয়া প্লাষ্টিকৰ ক’ভাৰে ঢাকিবলগীয়া হৈছে ডিভাইডাৰ
উপায় নাই!

উপায় নাই!

  • Share this:
ভাৰতবৰ্ষ আৰু জাপানৰ প্ৰধানমন্ত্ৰী আহি আছে। গতিকে ন–ৰূপত সজাই পৰাই তোলা হৈছে গুৱাহাটী মহানগৰ। প্ৰধানমন্ত্ৰী আহিব বুলি নতুনকৈ ৰং কৰা হৈছিল জি এচ ৰোডৰ ডিভাইডাৰ সমূহ। কিন্তু একাংশ বদস্বভাৱৰ মানুহে পিকাই বুলি এতিয়া প্লাষ্টিকৰ ক’ভাৰ লগাই ঢাকিবলীয়া হৈছে পথৰ কাষৰ ডিভাইডাৰ সমূহ।

আৰু চাওক
পৰৱৰ্তী বাতৰি