ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ নাকচ

ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নাকচ। তিনিজনীয়া ইন হাউচ কমিটীয়ে প্ৰদান কৰিলে ক্লীনশ্বীট। ন্যায়াধীশ এছ এ বোবড়েৰ দ্বাৰা গঠিত হৈছিল ৩জনীয়া কমিটী।

news18assam
Updated:May 6, 2019, 6:19 PM IST
ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ নাকচ
ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নাকচ। তিনিজনীয়া ইন হাউচ কমিটীয়ে প্ৰদান কৰিলে ক্লীনশ্বীট। ন্যায়াধীশ এছ এ বোবড়েৰ দ্বাৰা গঠিত হৈছিল ৩জনীয়া কমিটী।
news18assam
Updated: May 6, 2019, 6:19 PM IST
পাৰ্থ জ্যোতি বৰাঃ ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নাকচ। তিনিজনীয়া ইন হাউচ কমিটীয়ে প্ৰদান কৰিলে ক্লীনশ্বীট। ন্যায়াধীশ এছ এ বোবড়েৰ দ্বাৰা গঠিত হৈছিল ৩জনীয়া কমিটী। কমিটিৰ আন দুজন সদস্য হৈছে  ইন্দিৰা বেনাৰ্জী আৰু ইন্দু মালহোত্ৰা। এই কমিটিখনে ন্যায়াধীশ গগৈৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ গোচৰ তদন্ত চলাইছিল। মহিলাৰ আংশিক জৱানবন্দী লোৱাৰ পিছত গগৈক দোষমুক্ত ঘোষণা কৰে। জনৈক মহিলাই ৰঞ্জন গগৈৰ বিৰুদ্ধে তুলিছিল অভিযোগ।
ৰঞ্জন গগৈক পদত্যাগৰ বাবে চাপ সৃষ্টিৰ ষড়যন্ত্ৰৰ সম্ভাৱনা। উৎসৱ বেইন্ছ নামৰ অধিবক্তাজনে ফাদিল কৰিছিল সমগ্ৰ ঘটনা। ১.৫ কোটিৰ প্ৰলোভনৰ তথ্য ফেচবুক পোষ্টযোগে প্ৰকাশ কৰিছিল অধিবক্তাজনে। দালাল চক্ৰই প্ৰথমে অধিবক্তাজনক ৫০ লাখৰ দিছিল অফাৰ তাৰ পাছত ১.৫ কোটিপৰ্যন্ত প্ৰলোভন দিয়াৰ অভিযোগ। তাৰ পাছত উত্থাপিত হৈছিল যৌন নিৰ্যাতনৰ অভিযোগ।
বেইন্ছলৈ জাননীও প্ৰেৰণ কৰিছিল উচ্চতম ন্যায়ালয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি