মুখ্যপৃষ্ঠা »খবৰ »অসম »চলিত বিশেষ সংশোধনীৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাব ১৭ জানুৱাৰীত

চলিত বিশেষ সংশোধনীৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাব ১৭ জানুৱাৰীত

১৭ জানুৱাৰী (মঙলবাৰে) এই চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাব বুলি ভাৰতৰ নিৰ্বাচন আয়োগে জানিবলৈ দিছে

১৭ জানুৱাৰী (মঙলবাৰে) এই চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাব বুলি ভাৰতৰ নিৰ্বাচন আয়োগে জানিবলৈ দিছে

১৭ জানুৱাৰী (মঙলবাৰে) এই চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাব বুলি ভাৰতৰ নিৰ্বাচন আয়োগে জানিবলৈ দিছে

  • Share this:
অসমত চলিত বিশেষ সংক্ষিপ্ত সংশোধনীৰ চূড়ান্ত ভোটাৰ তালিকা অহা ১৭ জানুৱাৰীত প্ৰকাশ পাব। পূর্বে এই তালিকা প্ৰকাশৰ দিন ১৬ জানুৱাৰী স্থিৰ কৰা আছিল। এতিয়া ১৬ জানুৱাৰীৰ পৰিবৰ্তে ১৭ জানুৱাৰী (মঙলবাৰে) এই চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাব বুলি ভাৰতৰ নিৰ্বাচন আয়োগে জানিবলৈ দিছে। কেৱল এই তাৰিখটো পৰিবৰ্তনৰ বাদে বিশেষ সংক্ষিপ্ত সংশোধনীৰ আন সময়সূচী অপৰিবৰ্তিত থাকিব।

শেহতীয়া বাতৰি