உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নিবনুৱাৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ, এতিয়াৰে পৰা চাকৰিৰ বাবে দিব নালাগে বেলেগ বেলেগ পৰীক্ষা!

    নিবনুৱাৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ, এতিয়াৰে পৰা চাকৰিৰ বাবে দিব নালাগে বেলেগ বেলেগ পৰীক্ষা!

    The Assam Direct Recruitment Commissions for Analogous Posts in Class-III and Class-IV Bill, 2021 | কোন বিভাগত চাকৰি বিচাৰে থাকিব সেই সম্পৰ্কত পৰীক্ষাৰ্থীৰ বাবে থাকিব চৰ্ত। 

    • Share this:
    এতিয়াৰে পৰা বেলেগ বেলেগ বিভাগৰ কাৰণে বেলেগ বেলেগ পৰীক্ষা দিব নালাগে। APSC আৰু UPSCৰ দৰে এখন ব’ৰ্ডে অনুষ্ঠিত কৰিব সকলো পৰীক্ষা। আজি সদনত গৃহীত হ’ল এই সম্পৰ্কীয় ‘‘The Assam Direct Recruitment Commissions for Analogous Posts in Class-III and Class-IV Bill, 2021’’।

    কোন বিভাগত চাকৰি বিচাৰে থাকিব সেই সম্পৰ্কত পৰীক্ষাৰ্থীৰ বাবে থাকিব চৰ্ত। ১ লাখ নিযুক্তি এই নতুন প্ৰক্ৰিয়াৰ জৰিয়তে হ’ব। ১০ মে’ৰ আগতে ৫০ হাজাৰ নিযুক্তি এই প্ৰক্ৰিয়াৰ জৰিয়তে কৰা হ’ব। প্ৰথম পৰ্যায়ত ১ লাখ নিযুক্তি পৰীক্ষামূলকভাৱে অনুষ্ঠিত কৰা হ’ব। পৰিৱর্তে সময়তে এই ব্যৱস্থাই পাব স্থায়ী ৰূপ। কোনো ব্যক্তিগত সংস্থাক এতিয়াৰে পৰা পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া নহয়।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: