তেজপুৰৰ মিলনপুৰত ভূপতিত ছুখয়-৩০ যুঁজাৰু বিমান!

নিমিষতে জ্বলি ছাই হৈ পৰে বিমানখন

News18-Assam
Updated:August 9, 2019, 6:51 AM IST
তেজপুৰৰ মিলনপুৰত ভূপতিত ছুখয়-৩০ যুঁজাৰু বিমান!
নিমিষতে জ্বলি ছাই হৈ পৰে বিমানখন
News18-Assam
Updated: August 9, 2019, 6:51 AM IST
বৃহস্পতিবাৰে ৰাতি তেজপুৰত ভূপতিত হয় ছুখয়-৩০ যুঁজাৰু বিমান। নিমিষতে জ্বলি ছাই হৈ পৰে বিমানখন। তেজপুৰৰ মিলনপুৰৰ শইকীয়া চুবুৰীৰ সমীপৰ এখন পথাৰত ভূ–পতিত হয় বিমানখন। কথমপি প্ৰাণ ৰক্ষা বিমানখনত থকা ২ পাইলটৰ। দুৰ্ঘটনাৰ ফলত ছিঙি যায় এজনৰ ভৰি। ঘটনাস্থলীত উপস্থিত বায়ুসেনা বাহিনী। উপস্থিত আৰক্ষী, অগ্নিনিৰ্বাপকৰ দলো। দুৰ্ঘটনা সন্দৰ্ভত এতিয়াও সবিশেষ জানিব পৰা হোৱা নাই।
আৰু চাওক পৰৱৰ্তী বাতৰি