Teacher Protest: ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষকৰ ডিজিটেল প্ৰতিবাদ (Teacher Protest)। পূৰ্বে চৰকাৰে এইসকল টেট উত্তীৰ্ণ শিক্ষকক প্ৰায় নিয়মীয়া বুলি ঘোষণা কৰি নিয়মীয়া শিক্ষকৰ সমান সা-সুবিধা দিব বুলি কৈছিল যদিও এই পৰ্যন্ত এনে সুবিধা পোৱা নাই বুলি ঠিকাভিত্তিক শিক্ষকসকলে (Contractual Teacher) অভিযোগ কৰিছে।

ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষকৰ ডিজিটেল প্ৰতিবাদ (Teacher Protest)। পূৰ্বে চৰকাৰে এইসকল টেট উত্তীৰ্ণ শিক্ষকক প্ৰায় নিয়মীয়া বুলি ঘোষণা কৰি নিয়মীয়া শিক্ষকৰ সমান সা-সুবিধা দিব বুলি কৈছিল যদিও এই পৰ্যন্ত এনে সুবিধা পোৱা নাই বুলি ঠিকাভিত্তিক শিক্ষকসকলে (Contractual Teacher) অভিযোগ কৰিছে।
এইবাৰ ছচিয়েল মিডিয়াত সক্ৰিয় হৈ উঠিছে টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকসকল। চৰকাৰৰ পৰা প্ৰতিশ্ৰুতি অনুযায়ী সা-সুবিধা নোপোৱাৰ বাবেই প্ৰতিবাদমুখৰ হৈ পৰিছে শিক্ষাগুৰুসকল। অন্য চাকৰিয়ালে মৰগীয়া বানচ অধিক পোৱাৰ বিপৰীতে ঠিকাভিত্তিক শিক্ষকসকলে লাভ কৰে মাত্ৰ ১২ শতাংশ মৰগীয়া বানচ। এইসকল শিক্ষকৰ নাই NPSৰ সুবিধা কিম্বা ছাৰ্ভিচ বুকৰ সুবিধা। সকলো শিক্ষককে সম অধিকাৰ প্ৰদান কৰাৰ দাবীত আজি টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকসকলে দিনৰ ১২.১৫ বজাত ছচিয়েল মিডিয়াত বিভিন্ন শ্লোগানেৰে বিদ্যালয়ৰ পৰাই প্ৰতিবাদ সাব্যস্ত কৰে আৰু বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰে। এতিয়া প্ৰশ্ন হয়, এইসকল শিক্ষকে কেতিয়া পাব নিয়মীয়া শিক্ষকৰ সমহাৰৰ সা-সুবিধা ?
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|