জাপানীজ এনচেফেলাইটিছত বকলীয়াঘাটৰ টেট শিক্ষকৰ মৃত্যু

বিগত এমাহ ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল শিক্ষকজন।

News18-Assam
Updated:August 11, 2019, 1:24 PM IST
জাপানীজ এনচেফেলাইটিছত বকলীয়াঘাটৰ টেট শিক্ষকৰ মৃত্যু
বিগত এমাহ ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল শিক্ষকজন।
News18-Assam
Updated: August 11, 2019, 1:24 PM IST
পুনৰ জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু এজন লোকৰ। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় অভিষেক তিৱাৰী নামৰ এজন টেট শিক্ষকৰ। বকলীয়াঘাটৰ হালধিআটিত ঘৰ শিক্ষকজনৰ। বিগত এমাহ ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল শিক্ষকজন। আজি পুৱা মৃত্যু ঘটে অভিষেক তিৱাৰীৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি