মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Corona সংক্ৰমণ ! এখন গাঁৱত একেদিনাই ১২২জনৰ Covid Testৰ পিছত ওলাল ৪০ জনৰ ক'ভিড পজিটিভ ফলাফল...

Corona সংক্ৰমণ ! এখন গাঁৱত একেদিনাই ১২২জনৰ Covid Testৰ পিছত ওলাল ৪০ জনৰ ক'ভিড পজিটিভ ফলাফল...

News18 Assam | News18-Assam
Updated:June 12, 2021, 10:29 PM IST
Corona সংক্ৰমণ ! এখন গাঁৱত একেদিনাই ১২২জনৰ Covid Testৰ পিছত ওলাল ৪০ জনৰ ক'ভিড পজিটিভ ফলাফল...
টীয়কৰ জাঁজী ধেমাজি গাঁৱত একেদিনাই ওলাল ৪০ জনৰ ক'ভিড পজিটিভ ফলাফল।  ইয়াৰে ৯ জনক যোৰহাট ক'ভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়।

টীয়কৰ জাঁজী ধেমাজি গাঁৱত একেদিনাই ওলাল ৪০ জনৰ ক'ভিড পজিটিভ ফলাফল।  ইয়াৰে ৯ জনক যোৰহাট ক'ভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়।

  • Share this:
এখন গাঁৱত ক'ভিডৰ ভয়াৱহ সংক্ৰমণ। টীয়কৰ জাঁজী ধেমাজি গাঁৱত একেদিনাই ওলাল ৪০ জনৰ ক'ভিড পজিটিভ ফলাফল।  ইয়াৰে ৯ জনক যোৰহাট ক'ভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়।

শনিবাৰে গাঁওখনৰ ১২২ জন লোকৰ কৰিছিল ক'ভিড টেষ্ট আৰু ইয়াৰে ৪০ জন আক্ৰান্ত হোৱাৰ পিছতে চিন্তিত হৈ পৰে গাঁওখনৰ ৰাইজ। ইতিমধ্যে প্ৰশাসনে সমগ্ৰ গাওঁখনেই কণ্টেইনমেন্ট জ'ন ঘোষণা কৰিছে। গাওঁখনত আছে মুঠ ৩৩৬ টা পৰিয়াল। ৰাজহ চক্ৰ বিষয়া লীনা পাৱেৰ উপস্থিতিত কণ্টেইমেন জ'ন ঘোষণা কৰা হয়।
Published by: Kokil Sarma
First published: June 12, 2021, 10:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি