টীয়কৰ আটছা নেতা মনোজ মাঝিক আটক, ডাঃ দেৱেন দত্তক হত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগ

সুৰাৰ ৰাগীত শ্ৰমিকে হত্যাকাণ্ড সংঘটিত কৰাৰ স্বীকাৰোক্তি দিছিল আটছা নেতাজনে।

News18-Assam
Updated:September 4, 2019, 1:17 PM IST
টীয়কৰ আটছা নেতা মনোজ মাঝিক আটক, ডাঃ দেৱেন দত্তক হত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগ
সুৰাৰ ৰাগীত শ্ৰমিকে হত্যাকাণ্ড সংঘটিত কৰাৰ স্বীকাৰোক্তি দিছিল আটছা নেতাজনে।
News18-Assam
Updated: September 4, 2019, 1:17 PM IST
NEWS18ৰ বাতৰিৰ প্ৰভাৱ। টীয়কৰ আটছা নেতা মনোজ মাঝিক আটক। সোধাপোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে আটছা নেতাজনক। দেৱেন দত্তৰ হত্যাৰ সময়ত উপস্থিত আছিল আটছা নেতাজন। দেৱেন দত্তৰ হত্যাৰ বাবে একাংশক প্ৰৰোচিত কৰাৰ অভিযোগ মাঝিৰ বিৰুদ্ধে। সুৰাৰ ৰাগীত শ্ৰমিকে হত্যাকাণ্ড সংঘটিত কৰাৰ স্বীকাৰোক্তি দিছিল আটছা নেতাজনে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি