APDCLৰ বাছনি পৰীক্ষাত নকল যোগানৰ চেষ্টা নিৰীক্ষকৰ

নকল যোগানৰ চেষ্টা কৰি আৰক্ষীৰ জালত নিৰীক্ষক নন্দন ৰয়। ঘটনাৰ পিছতে প্ৰতিবাদত নামিল পৰীক্ষাৰ্থীসকল।

news18assam
Updated:April 28, 2019, 2:26 PM IST
APDCLৰ বাছনি পৰীক্ষাত নকল যোগানৰ চেষ্টা নিৰীক্ষকৰ
নকল যোগানৰ চেষ্টা কৰি আৰক্ষীৰ জালত নিৰীক্ষক নন্দন ৰয়। ঘটনাৰ পিছতে প্ৰতিবাদত নামিল পৰীক্ষাৰ্থীসকল।
news18assam
Updated: April 28, 2019, 2:26 PM IST
নগাঁৱত অনুষ্ঠিত APDCLৰ বাছনি পৰীক্ষা কেন্দ্ৰত উত্তেজনা। নকল যোগানৰ চেষ্টা কৰি আৰক্ষীৰ জালত নিৰীক্ষক নন্দন ৰয়। ঘটনাৰ পিছতে প্ৰতিবাদত নামিল পৰীক্ষাৰ্থীসকল। নগাঁৱৰ বেংগলী ছোৱালী হাইস্কুলত সংঘটিত হৈছে এই ঘটনা।

চাওক এই ভিডিঅ’:

আৰু চাওক পৰৱৰ্তী বাতৰি