অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতি! প্ৰাণ গ’ল মহিলাৰ

News18-Assam
Updated:August 5, 2019, 10:47 PM IST
অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতি! প্ৰাণ গ’ল মহিলাৰ
বেজৰ জৰা–ফুকাত মৃত্যুক সাবটি ল’লে জ্যোতিৰূপা দত্ত নামৰ মহিলাগৰাকীয়ে। চিকিত্সাৰ নামত জৰা–ফুকা কৰিছিল ভণ্ড বেজ ৰঞ্জিত তামুলীয়ে

বেজৰ জৰা–ফুকাত মৃত্যুক সাবটি ল’লে জ্যোতিৰূপা দত্ত নামৰ মহিলাগৰাকীয়ে। চিকিত্সাৰ নামত জৰা–ফুকা কৰিছিল ভণ্ড বেজ ৰঞ্জিত তামুলীয়ে

  • Share this:
যোৰহাট জিলাৰ ৰজাখাটত ভয়ংকৰ ঘটনা, অন্ধবিশ্বাসৰ ফলত প্ৰাণ গ’ল এগৰাকী মহিলাৰ। বেজৰ জৰা–ফুকাত মৃত্যুক সাবটি ল’লে জ্যোতিৰূপা দত্ত নামৰ মহিলাগৰাকীয়ে। চিকিত্সাৰ নামত জৰা–ফুকা কৰিছিল ভণ্ড বেজ ৰঞ্জিত তামুলীয়ে। এসপ্তাহ ধৰি চলি আহিছিল এনেধৰণে। অৱশেষত মৃত্যুক আকোৱালি ল’লে মহিলাগৰাকীয়ে। ইয়াৰ পিছতে এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় মৃত মহিলাগৰাকীৰ ঘৰত। ঘটনাত অভিযুক্ত ৰঞ্জিত তামুলী বৰ্তমান পলাতক অৱস্থাত। আৰক্ষী উপস্থিত হৈহে নিয়ন্ত্ৰণলৈ আনে পৰিস্থিতি।
First published: August 5, 2019, 10:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি