உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘বেগমজান’ ধাৰাবাহিকৰ সম্প্ৰচাৰত বাধা, মহানগৰ আৰক্ষী আয়ুক্তই দিলে নিৰ্দেশ

    ‘বেগমজান’ ধাৰাবাহিকৰ সম্প্ৰচাৰত বাধা, মহানগৰ আৰক্ষী আয়ুক্তই দিলে নিৰ্দেশ

    ৬০ দিনৰ কাৰণে মহানগৰ আৰক্ষী আয়ুক্তই ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধ কৰি কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

    • Share this:
    বিতৰ্কৰ মাজত সোমাই পৰা অসমৰ এটা ব্যক্তিগত মনোৰঞ্জনধৰ্মী চেনেল যোগে সম্প্ৰচাৰিত হৈ থকা ‘বেগমজান’ নামৰ ধাৰাবাহিকখন বন্ধ কৰিবলৈ নিৰ্দেশ দিলে মহানগৰ আৰক্ষী আয়ুক্তই। ৬০ দিনৰ কাৰণে মহানগৰ আৰক্ষী আয়ুক্তই ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধ কৰি কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। উল্লেখযোগ্য যে, ধাৰাবাহিকখনৰ বিৰুদ্ধে ‘লাভ জেহাদ’ক উচতনি দিয়াৰ অভিযোগত বহু কেইটা হিন্দু সংগঠনতে এজাহাৰ দাখিল কৰিছিল।
    Published by:Himangshu Bhuyan
    First published: