নুমলীগড়ৰ কাষৰীয়া দৈগ্ৰোং নদীত মাছ মাৰিবলৈ গৈ সলিলসমাধি কিশোৰৰ

News18 Assam | News18-Assam
Updated:August 27, 2020, 9:57 AM IST
নুমলীগড়ৰ কাষৰীয়া দৈগ্ৰোং নদীত মাছ মাৰিবলৈ গৈ সলিলসমাধি কিশোৰৰ
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ।

  • Share this:
নুমলীগড়ৰ কাষৰীয়া দৈগ্ৰোং নদীত মাছ মাৰিবলৈ গৈ সলিলসমাধি এজন কিশোৰৰ।  সমনীয়াৰ সৈতে আজি দিনৰ ভাগত জাল মাৰি মাছ ধৰিবলৈ গৈ কৰুণ মৃত্যুক সাবটি ল’লে কাঠনি চাহ বাগিচাৰ বৰচালি অঞ্চলৰ এৰালু ঝাতাপ (১৫) নামৰ এজন অষ্টম শ্ৰেণীত অধ্যয়নৰত কিশোৰে। স্থানীয় লোকে বহু চেষ্টা কৰি নদীৰ দ সুঁতিৰ পৰা উদ্ধাৰ কৰে কিশোৰজনৰ মৃতদেহ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ।
Published by: Sanjay Kumar Das
First published: August 27, 2020, 9:57 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি