• Home
  • »
  • News
  • »
  • assam
  • »
  • Electrocution : বশিষ্ঠত ঘাইপথৰ কাম কৰি থাকোঁতে বিদ্যুত্‍স্পৃষ্ট কিশোৰ শ্ৰমিকে সাৱটিলে মৃত্যু

Electrocution : বশিষ্ঠত ঘাইপথৰ কাম কৰি থাকোঁতে বিদ্যুত্‍স্পৃষ্ট কিশোৰ শ্ৰমিকে সাৱটিলে মৃত্যু

ঠিকাদাৰ ৰমজান আলীৰ নেতৃত্বত কাম কৰি আছিল কিশোৰজন

ঠিকাদাৰ ৰমজান আলীৰ নেতৃত্বত কাম কৰি আছিল কিশোৰজন

ঠিকাদাৰ ৰমজান আলীৰ নেতৃত্বত কাম কৰি আছিল কিশোৰজন

  • Share this:
মহানগৰীৰ বশিষ্ঠত অঘটন। ঘাইপথৰ কাম কৰি থাকোঁতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু কুৰবান আলী নামৰ এজন কিশোৰৰ।

ছয়লেনযুক্ত পথ নিৰ্মাণৰ কামত নিয়োগ হৈ থকা গোৱালপাৰা আগিয়াৰ কুৰবান আলী নামৰ কিশোৰজন মৃত্যুক লৈ ক্ষুব্ধ সতীৰ্থ শ্ৰমিকসকল।

ঠিকাদাৰ ৰমজান আলীৰ নেতৃত্বত কাম কৰি থকা কিশোৰজনৰ পৰিয়ালে এই সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। বশিষ্ঠ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ঠিকাদাৰ ৰমজান আলীক।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি