মুখ্যপৃষ্ঠা »খবৰ »অসম »Numaligarh : নুমলীগড়ত মৌমাখিৰ আক্ৰমণত গুৰুতৰভাৱে আহত কিশোৰী

Numaligarh : নুমলীগড়ত মৌমাখিৰ আক্ৰমণত গুৰুতৰভাৱে আহত কিশোৰী

ৰক্ষা কৰিবলৈ যোৱা আৰক্ষী দলকো আক্ৰমণ কৰে মৌমাখিৰ জাকটোৱে।

ৰক্ষা কৰিবলৈ যোৱা আৰক্ষী দলকো আক্ৰমণ কৰে মৌমাখিৰ জাকটোৱে।

ৰক্ষা কৰিবলৈ যোৱা আৰক্ষী দলকো আক্ৰমণ কৰে মৌমাখিৰ জাকটোৱে।

  • Share this:
নুমলীগড় শোধনাগাৰ টাউনশ্বীপৰ সমীপত মৌমাখিৰ ভয়ংকৰ আক্ৰমণ। এগৰাকী কিশোৰীক পথৰ ওপৰতে আক্ৰমণ কৰে বহু মৌমাখিয়ে।

সমীপৰ ফায়াৰিং ৰেঞ্জৰ পৰা ওলাই অহা যোৰহাট নগৰ আৰক্ষীৰ এটা দলে ৰক্ষা কৰে কিশোৰীগৰাকীক। আৰক্ষী দলটোকো আক্ৰমণ কৰে মৌমাখিৰ জাকটোৱে।

আৰক্ষীৰ দলটোৱে সংকটজনক অৱস্থাত আহত কিশোৰীগৰাকীক শোধনাগাৰৰ চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসাৰ ব্যৱস্থা কৰে।

শেহতীয়া বাতৰি