মুখ্যপৃষ্ঠা »খবৰ »অসম »ধৰ্ষণ কৰি এচিড ঢালি নৃশংস হত্যা শিক্ষয়িত্ৰীক! ওদালগুৰিৰ ভয়ংকৰ কাণ্ডই জোকাৰিছে ৰাজ্য

ধৰ্ষণ কৰি এচিড ঢালি নৃশংস হত্যা শিক্ষয়িত্ৰীক! ওদালগুৰিৰ ভয়ংকৰ কাণ্ডই জোকাৰিছে ৰাজ্য

ভয়ংকৰ ঘটনা! এগৰাকী শিক্ষয়িত্ৰীক প্ৰথমে ধৰ্ষণ কৰি পিছত শৰীৰত এচিড ঢালি হত্যা কৰাৰ সন্দেহ। 

ভয়ংকৰ ঘটনা! এগৰাকী শিক্ষয়িত্ৰীক প্ৰথমে ধৰ্ষণ কৰি পিছত শৰীৰত এচিড ঢালি হত্যা কৰাৰ সন্দেহ। 

  • Share this:
ভয়ংকৰ ঘটনা! এগৰাকী শিক্ষয়িত্ৰীক প্ৰথমে ধৰ্ষণ কৰি পিছত শৰীৰত এচিড ঢালি হত্যা কৰাৰ সন্দেহ। ওদালগুৰিৰ এক নং কলাইগাঁৱৰ সেনাৰ কেম্পৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। সোমবাৰৰ পৰা নিখোজ হৈ আছিল শিক্ষয়িত্ৰীগৰাকী। ‍বুধবাৰে শিক্ষয়িত্ৰীগৰাকীৰ মৃতদেহ ইউ এন ব্ৰহ্ম একাডেমীত উদ্ধাৰ কৰা হয়। মৃতদেহ উদ্ধাৰৰ পিছতে সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে।



মৃতদেহ উদ্ধাৰৰ পিছতে হত্যাৰ সন্দেহ। শৰীৰত আঘাতৰ চিন থকাৰ লগতে মুখ সম্পূৰ্ণ ৰূপে জ্বলি গৈছে। ইতিমধ্যে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত।

শেহতীয়া বাতৰি