মুখ্যপৃষ্ঠা »খবৰ »অসম »মদ্যপান কৰি ছাত্ৰক মাৰপিট শিক্ষকৰ, ধিঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত নিশা উতপ্ত পৰিস্থিতি

মদ্যপান কৰি ছাত্ৰক মাৰপিট শিক্ষকৰ, ধিঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত নিশা উতপ্ত পৰিস্থিতি

আৰক্ষীয়ে ছাত্ৰজনক চিকিৎসাৰ বাবে লৈ গৈছে ধিং এফ আৰ ইউলৈ। আঘাতপ্রাপ্ত ছাত্ৰজনৰ নাম বিকাশ দাস। ছাত্ৰজনৰ ঘৰ ধিঙৰ লহকৰ গাঁৱত।

আৰক্ষীয়ে ছাত্ৰজনক চিকিৎসাৰ বাবে লৈ গৈছে ধিং এফ আৰ ইউলৈ। আঘাতপ্রাপ্ত ছাত্ৰজনৰ নাম বিকাশ দাস। ছাত্ৰজনৰ ঘৰ ধিঙৰ লহকৰ গাঁৱত।

  • Share this:
ধিঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত নিশা উতপ্ত পৰিস্থিতি। মদ্যপান কৰি এজন শিক্ষকে এজন ছাত্ৰক মাৰপিট কৰাক লৈ সৃষ্টি হয় উত্তপ্ত এই পৰিস্থিতি। আৰক্ষীৰ সহায় বিচাৰি দুই কিলোমিটাৰ পথ খোজ কাঢ়ি প্ৰায় ৫০জন ছাত্ৰ উপস্থিত হয় ধিং আৰক্ষী থানাত। মদ্যপান কৰি মাৰ পিট কৰা শিক্ষকজনৰ নাম জ্যোতি প্ৰসাদ গৌৰ। আৰক্ষীয়ে ছাত্ৰজনক চিকিৎসাৰ বাবে লৈ গৈছে ধিং এফ আৰ ইউলৈ। আঘাতপ্রাপ্ত ছাত্ৰজনৰ নাম বিকাশ দাস। ছাত্ৰজনৰ ঘৰ ধিঙৰ লহকৰ গাঁৱত।

শেহতীয়া বাতৰি