• Home
  • »
  • News
  • »
  • assam
  • »
  • চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ সহকাৰী নিধি নিয়ন্ত্ৰণ বিষয়া পদত নিযুক্তি, ১৩জনক নিযুক্তি পত্ৰ প্ৰদান মন্ত্ৰী সঞ্জয় কিষাণৰ

চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ সহকাৰী নিধি নিয়ন্ত্ৰণ বিষয়া পদত নিযুক্তি, ১৩জনক নিযুক্তি পত্ৰ প্ৰদান মন্ত্ৰী সঞ্জয় কিষাণৰ

ধেমাজি মাজুলীকে ধৰি মুঠ ৮খন জিলাৰ পৰা নিৰ্বাচিত হৈছে ১৩ প্ৰাৰ্থী। এয়াও মুখ্যমন্ত্ৰীৰ ১ লাখ নিবনুৱাক নিযুক্তিৰ অংশ বুলি কয় মন্ত্ৰী সঞ্জয় কিষাণে।

  • Share this:
আজি চাহ শ্ৰমিক কৰ্মচাৰী ভবিষ্যনিধি সংগঠনৰ সহকাৰী নিধি নিয়ন্ত্ৰণ বিষয়া পদত ১৩জন নিবনুৱাক নিযুক্তি প্ৰদান কৰা হয়। গুৱাহাটীৰ লালমাটিতস্থিত নিধি ভৱনত অনুষ্ঠিত হয় বিশেষ অনুস্থান। উক্ত অনুষ্ঠানত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ লগতে দুলীয়াজানৰ বিধায়ক টেৰছ গোৱালা উপস্থিত থাকে। মন্ত্ৰী আৰু বিধায়কৰ উপস্থিতিত ১৩জন নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে।

ধেমাজি মাজুলীকে ধৰি মুঠ ৮খন জিলাৰ পৰা নিৰ্বাচিত হৈছে ১৩ প্ৰাৰ্থী। এয়াও মুখ্যমন্ত্ৰীৰ ১ লাখ নিবনুৱাক নিযুক্তিৰ অংশ বুলি কয় মন্ত্ৰী সঞ্জয় কিষাণে। এই ১৩জন প্ৰাৰ্থীৰ বিপৰীতে মুঠ তিনি হাজাৰ প্ৰাৰ্থীয়ে আবেদন কৰিছিল।

ভাষন প্ৰসংগত টেৰছ গোৱালাৰ মন্তব্য, ছিষ্টেম সলনি কৰিব লাগিব।  SC, ST, OBC উঠাই দিব লাগে বুলিও কয় বিধায়াক টেৰছ গোৱালাই। নৱনিযুক্তসকলক নিষ্ঠা সহকাৰে দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় তেওঁ।
Published by:Sanjay Kumar Das
First published: