ভাইৰেল হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ এখন পুৰণি ফটো, ফটোত কোনজন তৰুণ গগৈ, ধৰিব পাৰিছেনে?

আজি চিৰদিনৰ বাবে বিদায় ল’লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে
আজি চিৰদিনৰ বাবে বিদায় ল’লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে
- News18 Assam
- Last Updated: November 23, 2020, 10:02 PM IST
1968. A fancy dress football match in #Jorhat. #TarunGogoi is 2nd from right. Others (L to R) from are Inamul Hussain (photo courtesy his wife Eliza Hussain), TK Bora, an unidentified gentleman (sitting) and Kamal Mazumdar. Pic from Ziaul Hussain, son of Eliza and Inamul Hussain pic.twitter.com/CLbZ0rfr32
— উৎপল বৰপূজাৰী Utpal Borpujari (@UtpalBorpujari) November 23, 2020
তাৰ মাজতে এতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ এখন পুৰণি ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ফটোখন ১৯৬৮ চনৰে। ফেন্সী ড্ৰেছ ফুটবল মেচৰ সময়ত এনেদৰে দেখা গৈছিল তৰুণ গগৈক। ফটোখনত সোঁহাতৰ পৰা দ্বিতীয়জন হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।
ফটো খন সংগ্ৰহ কৰা হৈছে ইলীজা হুছেইন নামৰ এগৰাকী মহিলাৰ পৰা। ফটোখন এতিয়া টুইটাৰত বহুতে শ্বেয়াৰ কৰিছে।