ভাইৰেল হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ এখন পুৰণি ফটো, ফটোত কোনজন তৰুণ গগৈ, ধৰিব পাৰিছেনে?

News18 Assam | News18-Assam
Updated:November 23, 2020, 10:02 PM IST
ভাইৰেল হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ এখন পুৰণি ফটো, ফটোত কোনজন তৰুণ গগৈ, ধৰিব পাৰিছেনে?
আজি চিৰদিনৰ বাবে বিদায় ল’লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে

আজি চিৰদিনৰ বাবে বিদায় ল’লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে

  • News18 Assam
  • Last Updated: November 23, 2020, 10:02 PM IST
  • Share this:
আজি চিৰদিনৰ বাবে বিদায় ল’লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত আজি শোকস্তব্ধ অসমবাসী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, কংগ্ৰেছ নেতা ৰাহুল গান্ধী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত।



তাৰ মাজতে এতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ এখন পুৰণি ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ফটোখন ১৯৬৮ চনৰে। ফেন্সী ড্ৰেছ ফুটবল মেচৰ সময়ত এনেদৰে দেখা গৈছিল তৰুণ গগৈক। ফটোখনত সোঁহাতৰ পৰা দ্বিতীয়জন হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।

ফটো খন সংগ্ৰহ কৰা হৈছে ইলীজা হুছেইন নামৰ এগৰাকী মহিলাৰ পৰা। ফটোখন এতিয়া টুইটাৰত বহুতে শ্বেয়াৰ কৰিছে।
Published by: Himangshu Bhuyan
First published: November 23, 2020, 9:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading