আজি নিশা GMCHতে থাকিব গগৈৰ নশ্বৰদেহ, কাইলৈ পুৱা নিয়া হ’ব চৰকাৰী বাসগৃহলৈ

News18 Assam | News18-Assam
Updated:November 23, 2020, 7:32 PM IST
আজি নিশা GMCHতে থাকিব গগৈৰ নশ্বৰদেহ, কাইলৈ পুৱা নিয়া হ’ব চৰকাৰী বাসগৃহলৈ
২৬ নৱেম্বৰত কৰিব শেষকৃত্য সম্পন্ন কৰা হ’ব প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ।

২৬ নৱেম্বৰত কৰিব শেষকৃত্য সম্পন্ন কৰা হ’ব প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ।

  • Share this:
আজি নিশা GMCHতে থাকিব তৰুণ গগৈৰ নশ্বৰদেহ। কাইলৈ পুৱা নশ্বৰদেহ লৈ যোৱা হ'ব চৰকাৰী বাসগৃহলৈ। চৰকাৰী বাসগৃহৰ পৰা লৈ যোৱা হ'ব সচিবালয় আৰু ৰাজীৱ ভৱনলৈ।পৰিদৰ্শন কৰাব এটা মন্দিৰ, এটা মছজিদ, গুৰুদ্বাৰ আৰু গিৰ্জা। তাৰ পিছতে নশ্বৰ দেহ লৈ যোৱা হ'ব কলাক্ষেত্ৰলৈ। ২৬ নৱেম্বৰত কৰিব শেষকৃত্য সম্পন্ন কৰা হ’ব প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ। উল্লেখযোগ্য যে আজি বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
Published by: Sanjay Kumar Das
First published: November 23, 2020, 7:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading