পিতৃ হাৰা হ’ল সাংসদ গৌৰৱ গগৈ, ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে বিশেষ ফটো

News18 Assam | News18-Assam
Updated:November 23, 2020, 9:19 PM IST
পিতৃ হাৰা হ’ল সাংসদ গৌৰৱ গগৈ, ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে বিশেষ ফটো
সোমবাৰে কায়িক ভাবে আমাৰ মাজৰ পৰা বিদায় ল’লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

সোমবাৰে কায়িক ভাবে আমাৰ মাজৰ পৰা বিদায় ল’লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

  • Share this:
সোমবাৰে কায়িক ভাবে আমাৰ মাজৰ পৰা বিদায় ল’লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ মৃত্যুত এতিয়া শোকস্তব্ধ সমগ্ৰ ৰাজ্যবাসী। পিতৃ হাৰা হ’ল গৌৰৱ গগৈ। পিতৃৰ স্মৃতিত সাংসদ গৌৰৱ গগৈয়ে শ্বেয়াৰ কৰিলে এখন বিশেষ ফটো। ফটোখন ছচিয়েল মিডিয়াত আপলোড কৰাৰ শোকত ভাগি পৰে বহুজন।



সাংসদ গৌৰৱ গগৈ পুত্ৰক তৰুণ গগৈয়ে কোলাত লৈ থকা এখন ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে সাংসদজনে। তৰুণ গগৈৰ জীৱনৰ এক সপোন আছিল গৌৰৱ গগৈক ৰাজনীতিক হিচাপে চোৱাৰ। গৌৰৱ গগৈয়ে অসমৰ ৰাজনীতিত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত মুখ্য ভুমিকা লৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
Published by: Himangshu Bhuyan
First published: November 23, 2020, 9:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading