পুৱা এবাৰ চকু মেলিছিল, বৰ্তমান কেনে আছে তৰুণ গগৈ?

News18 Assam | News18-Assam
Updated:November 22, 2020, 11:01 AM IST
পুৱা এবাৰ চকু মেলিছিল, বৰ্তমান কেনে আছে তৰুণ গগৈ?
লেব’ৰেটৰী ফলাফল কিছু উন্নিত হৈছে। গগৈৰ বৰ্তমান অক্সিজেনৰ মাত্ৰা ৯৫-৯৭।

লেব’ৰেটৰী ফলাফল কিছু উন্নিত হৈছে। গগৈৰ বৰ্তমান অক্সিজেনৰ মাত্ৰা ৯৫-৯৭।

  • News18 Assam
  • Last Updated: November 22, 2020, 11:01 AM IST
  • Share this:
বৰ্তমানেও সংকটজনক অৱস্থাত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য। যদিওবা শনিবাৰৰ তুলনাত সামান্য তাৰতম্য ঘটিছে গগৈৰ স্বাস্থ্যৰ। লেব’ৰেটৰী ফলাফল কিছু উন্নিত হৈছে। গগৈৰ বৰ্তমান অক্সিজেনৰ মাত্ৰা ৯৫-৯৭। দেওবাৰে পুৱা এবাৰ চকু খুলিছিল গগৈয়ে। এবাৰ দেহ লৰচৰ কৰা বুলিও মন্তব্য GMCHৰ অধীক্ষকৰ।

মাল্টি অৰ্গেন ডিছ’ৰডাৰ হৈছে তৰুণ গগৈৰ। কমি গৈছে প্ৰস্ৰাৱৰ পৰিমাণ। প্ৰয়োজনত ডায়েলাইছিছ কৰা হ’ব বুলিও কয় জি এম চি এইচৰ অধীক্ষকে। এই সন্দৰ্ভত আলোচনা চলি আছে। বৰ্তমান মেকানিকেল ভেণ্টিলেচনত আছে গগৈ।
Published by: Sanjay Kumar Das
First published: November 22, 2020, 11:01 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading