অনিয়ম! তৰুণ গগৈ–ৰকিবুল হুছেইনক অসম অলিম্পিক সন্থাৰ পৰা বিদায়

সময়মতে নিৰ্বাচন অনুষ্ঠিত নকৰাৰ বাবে এই সিদ্ধান্ত ভাৰতীয় অলিম্পিক সন্থাৰ।

News18-Assam
Updated:July 11, 2019, 1:12 PM IST
অনিয়ম! তৰুণ গগৈ–ৰকিবুল হুছেইনক অসম অলিম্পিক সন্থাৰ পৰা বিদায়
ফটোঃফাইল
News18-Assam
Updated: July 11, 2019, 1:12 PM IST
বিতৰ্কত সাঙোৰ খাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ
অসম অলিম্পিকৰ সভাপতি পদৰ পৰা আঁতৰালে গগৈক
সময়মতে নিৰ্বাচন অনুষ্ঠিত নকৰাৰ বাবে এই সিদ্ধান্ত

ভাৰতীয় অলিম্পিক সন্থাই গ্ৰহণ কৰে এই সিদ্ধান্ত
অসম অলিম্পিক সন্থাৰ কমিটি ভংগ কৰি দিলে IAOয়ে
সন্থাৰ সাধাৰণ সম্পাদকৰ পৰাও আঁতৰিল ৰকিবুল হুছেইন
তৰুণ গগৈ-ৰকিবুল হুছেনলৈ পত্ৰ প্ৰেৰণ IAOৰ

অসম অলিম্পিকৰ নতুন আহ্বায়ক কমিটি গঠন
আহ্বায়ক কমিটিৰ অধ্যক্ষ সুৰিন্দ্ৰ মোহন বালি
মোস্তাক আহমেদ, সুনীল ইলেংবাম কমিটিৰ সদস্য
আগন্তুক ৬মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ
আৰু চাওক পৰৱৰ্তী বাতৰি