টংলাত বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, নিহত ৫জন, আহত ২৬জন লোক

News18 Assam | News18-Assam
Updated:March 14, 2020, 10:03 AM IST
টংলাত বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, নিহত ৫জন, আহত ২৬জন লোক
দৰাৰ ঘৰলৈ কইনা থ’বলৈ গৈছিল আটাইকেইজন লোক

দৰাৰ ঘৰলৈ কইনা থ’বলৈ গৈছিল আটাইকেইজন লোক

  • Share this:
শোকাৱহ দুৰ্ঘটনা। টংলাৰ নাচোঁনচালিত বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।দুৰ্ঘটনাত  থিতাতে নিহত হৈছে ৫ জন লোকৰ লগত আহত হৈছে ২৬জন লোক। দৰাৰ ঘৰলৈ কইনা থ’বলৈ গৈছিল আটাইকেইজন লোক। কিন্তু হঠৎ বিবাহযাত্ৰী যোৱা বাহনখনে নিয়ন্ত্ৰন হেৰুৱাই গছত খুন্দা মাৰে। দুৰ্ঘটনাগ্ৰস্ত হোৱা বাহনখনৰ আগে আগে গৈ আছিল দৰা কইনাৰ বাহন। শুকুৰবাৰে নিশা প্ৰায় ১২ বজাত সংঘটিত এই শোকাৱহ দুৰ্ঘটনাটো।
Published by: Himangshu Bhuyan
First published: March 14, 2020, 10:01 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading