দৰাৰ ঘৰলৈ কইনা থ’বলৈ গৈছিল আটাইকেইজন লোক
দৰাৰ ঘৰলৈ কইনা থ’বলৈ গৈছিল আটাইকেইজন লোক
শোকাৱহ দুৰ্ঘটনা। টংলাৰ নাচোঁনচালিত বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।দুৰ্ঘটনাত থিতাতে নিহত হৈছে ৫ জন লোকৰ লগত আহত হৈছে ২৬জন লোক। দৰাৰ ঘৰলৈ কইনা থ’বলৈ গৈছিল আটাইকেইজন লোক। কিন্তু হঠৎ বিবাহযাত্ৰী যোৱা বাহনখনে নিয়ন্ত্ৰন হেৰুৱাই গছত খুন্দা মাৰে। দুৰ্ঘটনাগ্ৰস্ত হোৱা বাহনখনৰ আগে আগে গৈ আছিল দৰা কইনাৰ বাহন। শুকুৰবাৰে নিশা প্ৰায় ১২ বজাত সংঘটিত এই শোকাৱহ দুৰ্ঘটনাটো।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|