• Home
  • »
  • News
  • »
  • assam
  • »
  • Joymala: জয়মালাক উভতাই নিদিয়ে তামিলনাডু চৰকাৰে?

Joymala: জয়মালাক উভতাই নিদিয়ে তামিলনাডু চৰকাৰে?

Joymala: ২০০৮ চনতে জয়মালাক ৩ বছৰৰ বাবে তামিলনাডুলৈ প্ৰেৰণ কৰা হৈছিল। 

Joymala: ২০০৮ চনতে জয়মালাক ৩ বছৰৰ বাবে তামিলনাডুলৈ প্ৰেৰণ কৰা হৈছিল। 

Joymala: ২০০৮ চনতে জয়মালাক ৩ বছৰৰ বাবে তামিলনাডুলৈ প্ৰেৰণ কৰা হৈছিল। 

  • Share this:
জয়মালাক উভতাই নিদিয়ে তামিলনাডু চৰকাৰে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ক এই কথা জনালে তামিলনাডু চৰকাৰে।


উল্লেখ্য যে ২০০৮ চনতে জয়মালাক ৩ বছৰৰ বাবে তামিলনাডুলৈ প্ৰেৰণ কৰা হৈছিল। আজি মাদ্ৰাজ উচ্চ ন্যায়ালয়ক তামিলনাডু চৰকাৰে জনায় যে অসমৰ পৰা লাভ কৰা হাতীসমূহ উভতাি দিয়া নহ'ব।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি