• Home
  • »
  • News
  • »
  • assam
  • »
  • T20 In Guwahati : গুৱাহাটীত উপস্থিত ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ, কাইলৈৰ পৰা নামিব অনুশীলনত

T20 In Guwahati : গুৱাহাটীত উপস্থিত ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ, কাইলৈৰ পৰা নামিব অনুশীলনত

বিশেষ চাৰ্টাৰ্ড বিমানযোগে দল দুটাই থিৰুৱনন্তপুৰমৰ পৰা ১ বাজি ২৮ মিনিটত উৰা মাৰিছিল গুৱাহাটী অভিমুখে।

  • Share this:
গুৱাহাটীত উপস্থিত হ'লহি ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলুৱৈৰ দল। দুয়োটা ক্ৰিকেট দলক বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰাৰ পিছতে দুয়োটা দলক আদৰি অনা হয় গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুলৈ।

বিশেষ চাৰ্টাৰ্ড বিমানযোগে দল দুটাই থিৰুৱনন্তপুৰমৰ পৰা ১ বাজি ২৮ মিনিটত উৰা মাৰিছিল গুৱাহাটী অভিমুখে। বিয়লি প্ৰায় ৪:১৫ বজাত উপস্থিত হয় বৰঝাৰ বিমানবন্দৰত। কাইলৈৰ পৰা নামিব অনুশীলনত।

ইয়াৰ পূৰ্বে হোটেল ৰেডিছন ব্লুত উপস্থিত হয় BCCIৰ সদস্য। দুয়োটা দলৰ উপস্থিতিৰ আগতেই কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয় হোটেল ৰেডিছন ব্লুত। হোটেলত ভাৰতীয় দল তথা ক্ৰিকেট অনুৰাগীৰ ভিৰ পৰিলক্ষিত হয় ৰেডিছন ব্লুৰ সন্মুখত।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি