মুখ্যপৃষ্ঠা »খবৰ »অসম »কলিয়াবৰৰ উলুৱনীত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা; আহত আৰোহী

কলিয়াবৰৰ উলুৱনীত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা; আহত আৰোহী

file Photo

উলুৱনী চাৰিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনাটো। খবৰ অনুসৰি, তেজপুৰৰ পৰা কলিয়াবৰ অভিমুখে আহি আছিল বাহনখন।

  • Share this:
কলিয়াবৰৰ উলুৱনীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰি পৰে এখন চুইফট বাহন।

খবৰ অনুসৰি, দুৰ্ঘটনাত আহত হয় বাহনখনৰ এজন আৰোহী। জানিব পৰা মতে, আহত লোকজনক জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

উলুৱনী চাৰিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনাটো। খবৰ অনুসৰি, তেজপুৰৰ পৰা কলিয়াবৰ অভিমুখে আহি আছিল বাহনখন।

উল্লেখযোগ্য যে, দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS 06 J 5171 বুলি জানিব পৰা গৈছে।

শেহতীয়া বাতৰি