ফাঁচিৰ ৰায়ক লৈ অসন্তুষ্টি! উচ্চ ন্যায়ালয়লৈ যাব গোবিন্দ সিংঘালৰ অধিবক্তা

এমাহৰ ভিতৰতে গোবিন্দ সিংঘালৰ অধিবক্তা দ্বাৰস্থ হ’ব উচ্চ ন্যায়ালয়ৰ।

News18-Assam
Updated:August 3, 2019, 2:08 PM IST
ফাঁচিৰ ৰায়ক লৈ অসন্তুষ্টি! উচ্চ ন্যায়ালয়লৈ যাব গোবিন্দ সিংঘালৰ অধিবক্তা
এমাহৰ ভিতৰতে গোবিন্দ সিংঘালৰ অধিবক্তা দ্বাৰস্থ হ’ব উচ্চ ন্যায়ালয়ৰ।
News18-Assam
Updated: August 3, 2019, 2:08 PM IST
চাঞ্চল্যকৰ শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ শাস্তি ঘোষণা কৰিলে কামৰূপ সত্ৰ ন্যায়াধীশৰ আদালতে। শ্বেতাৰ প্ৰেমিক গোবিন্দ সিংঘালক ফাঁচিৰ ৰায় প্ৰদান কৰাৰ লগতে গোবিন্দৰ মাতৃ আৰু ভগ্নীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে আদালতে। আদালতৰ এই ৰায়ত সন্তুষ্টি প্ৰকাশ কৰিছে শ্বেতাৰ পিতৃ–মাতৃৰ লগতে আত্মীয়ই। ইফালে, নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা জানিবলৈ দিছে গোবিন্দ সিংঘালৰ অধিবক্তাই। এমাহৰ ভিতৰতে গোবিন্দ সিংঘালৰ অধিবক্তা দ্বাৰস্থ হ’ব উচ্চ ন্যায়ালয়ৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি