আজি শ্বেতা আগৰৱালাৰ নৃশংস হত্যাকাণ্ডৰ গোচৰৰ ৰায় দিব আদালতে

২০১৭ চনৰ ৪ ডিচেম্বৰত প্ৰেমিক গোবিন্দ সিংঘালে নৃশংসভাৱে হত্যা কৰিছিল ছাত্ৰী শ্বেতা আগৰৱালক।

News18-Assam
Updated:July 30, 2019, 7:30 AM IST
আজি শ্বেতা আগৰৱালাৰ নৃশংস হত্যাকাণ্ডৰ গোচৰৰ ৰায় দিব আদালতে
২০১৭ চনৰ ৪ ডিচেম্বৰত প্ৰেমিক গোবিন্দ সিংঘালে নৃশংসভাৱে হত্যা কৰিছিল ছাত্ৰী শ্বেতা আগৰৱালক।
News18-Assam
Updated: July 30, 2019, 7:30 AM IST
আজি শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ গোচৰৰ ৰায় দিব আদালতে। জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে দিব গোচৰৰ ৰায়। ২০১৭ চনৰ ৪ ডিচেম্বৰত প্ৰেমিক গোবিন্দ সিংঘালে নৃশংসভাৱে হত্যা কৰিছিল ছাত্ৰী শ্বেতা আগৰৱালক। নিজৰ ঘৰতে গোবিন্দই হত্যা কৰিছিল শ্বেতাক। গোবিন্দৰ বাসগৃহৰ বাথৰুমত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হৈছিল শ্বেতাৰ মৃতদেহ। সিংঘালৰ মাতৃ আৰু ভগ্নীয়েও এই হত্যাকাণ্ডত সহযোগ কৰাৰ অভিযোগ।
আৰু চাওক পৰৱৰ্তী বাতৰি