ছহীদ দিৱসৰ সকলো কাৰ্যসূচী বাতিল, CAB নামানে অসম আন্দোলনৰ ছহীদৰ পৰিয়ালে

News18 Assam | News18-Assam
Updated:December 7, 2019, 6:18 PM IST
ছহীদ দিৱসৰ সকলো কাৰ্যসূচী বাতিল, CAB নামানে অসম আন্দোলনৰ ছহীদৰ পৰিয়ালে
ফাইল ফটো, Source:PTI

কেবক লৈ তীব্ৰ ক্ষোভ ছহীদ পৰিয়ালৰ।

  • Share this:
নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি প্ৰতিবাদ–হুংকাৰ তীব্ৰতৰ হোৱাৰ সময়তে কোনো কাৰণতে CAB মানি নোলোৱাৰ হুংকাৰ দিছে অসম আন্দোলনৰ ছহীদ পৰিয়ালে।
বিতৰ্কিত কেবৰ কাৰণে বাতিল কৰা হৈছে ছহীদ দিৱসৰ সকলো কাৰ্যসূচী।
৯–১০ ডিচেম্বৰত গহপুৰত অনুষ্ঠিত হোৱাৰ কথা আছিল ছহীদ দিৱস। ৯তাৰিখেই সংসদত কেব গৃহীত কৰাবলৈ আগবাঢ়িছে শাসকীয় দলটো।
আৰু চাওক
পৰৱৰ্তী বাতৰি