• Home
  • »
  • News
  • »
  • assam
  • »
  • তিনিচুকীয়াত সন্দেহজনক ISI আটক, পত্নীসহ আটক ISI সদস্যজনক

তিনিচুকীয়াত সন্দেহজনক ISI আটক, পত্নীসহ আটক ISI সদস্যজনক

ভাৰতীয় সেনা আৰু তিনিচুকীয়া আৰক্ষীয়ে কৰে আটক দুয়োকে। 

ভাৰতীয় সেনা আৰু তিনিচুকীয়া আৰক্ষীয়ে কৰে আটক দুয়োকে। 

ভাৰতীয় সেনা আৰু তিনিচুকীয়া আৰক্ষীয়ে কৰে আটক দুয়োকে। 

  • Share this:
তিনিচুকীয়াত সন্দেহজনক ISI আটক। পত্নীসহ আটক সন্দেহজনক ISI সদস্য। তিনিচুকীয়াৰ হোটেল ছেফায়াৰৰ পৰা আটক মহম্মদ হায়াট খাতিব আৰু পত্নী ছামিনা য়াকুবক। ভাৰতীয় সেনা আৰু তিনিচুকীয়া আৰক্ষীয়ে কৰে আটক দুয়োকে। মহম্মদ হায়াট খাতিবৰ ঘৰ কৰ্ণাটকৰ হুবলিত।
Published by:Sanjay Kumar Das
First published: