অসম পালেহি নেকি কোৰোণা ভাইৰাছ? বঙাইগাঁৱত এজন আক্ৰান্ত হোৱাৰ সন্দেহ

News18 Assam | News18-Assam
Updated:March 5, 2020, 8:19 AM IST
অসম পালেহি নেকি কোৰোণা ভাইৰাছ? বঙাইগাঁৱত এজন আক্ৰান্ত হোৱাৰ সন্দেহ
অৱশ্যে এতিয়াও লোকজন কোৰোণা ভাইৰাছত আক্ৰান্ত হৈছে নে নাই সেয়া নিশ্চিত হোৱা নাই।

অৱশ্যে এতিয়াও লোকজন কোৰোণা ভাইৰাছত আক্ৰান্ত হৈছে নে নাই সেয়া নিশ্চিত হোৱা নাই।

  • Share this:
বঙাইগাঁৱত এজন লোক ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে। বৰ্তমান চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছে লোকজনক। ডুবাইৰ পৰা আহিছিল লোকজন। আছুতীয়াকৈ ৰাখি লোকজনক পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে। অৱশ্যে এতিয়াও লোকজন কোৰোণা ভাইৰাছত আক্ৰান্ত হৈছে নে নাই সেয়া নিশ্চিত হোৱা নাই।

উল্লেখযোগ্য যে সমগ্ৰ বিশ্বজুৰি এতিয়া মহামাৰীৰ ৰূপ লৈছে এই মাৰাত্মক ভাইৰাছে। এই ভাইৰাছৰ কবলত পৰি বিশ্বজুৰি এতিয়ালৈ ৩ হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। লগতে ৯০ হাজাৰৰো অধিক লোকৰ দেহত সংক্ৰমণ হৈছে এই ভাইৰাছ।
Published by: Sanjay Kumar Das
First published: March 5, 2020, 8:19 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading