মুখ্যপৃষ্ঠা » খবৰ

» অসম

»চিৰাঙৰ কাজলগাঁৱত বোমাতংক, পথৰ দাঁতিত বোমাসদৃশ সামগ্ৰীক লৈ আতংক

চিৰাঙৰ কাজলগাঁৱত বোমাতংক, পথৰ দাঁতিত বোমাসদৃশ সামগ্ৰীক লৈ আতংক

News18 Assam | News18-Assam
Updated:May 30, 2021, 12:39 PM IST
চিৰাঙৰ কাজলগাঁৱত বোমাতংক, পথৰ দাঁতিত বোমাসদৃশ সামগ্ৰীক লৈ আতংক
বোমা বিশেষজ্ঞৰ দল উপস্থিত হোৱাৰ পিছতহে সেয়া বোমা হয়নে নহয় জানিব পৰা যাব।

বোমা বিশেষজ্ঞৰ দল উপস্থিত হোৱাৰ পিছতহে সেয়া বোমা হয়নে নহয় জানিব পৰা যাব।

  • Share this:
চিৰাঙৰ কাজলগাঁৱত বোমাতংক। জিলা সদৰ কাজলগাঁৱৰ গাঁওবুঢ়া ভৱন আৰু জিলা ন্যায়িক আদালতৰ সন্মুখত কাজলগাঁও-বেংতল সংযোগী পথত এটা বোমাসদৃশ বস্তু প্ৰত্যক্ষ কৰাৰ পিছতে আতংকই বিৰাজ কৰে। ইতিমধ্যে সেনা–আৰক্ষীয়ে বোমাসদৃশ টোপোলাটো ব্লেংকেটেৰে ঢাকি ৰাখিছে । ঘটনাস্থলীত উপস্থিত হৈছে চিৰাঙৰ আৰক্ষী অধীক্ষক। বোমা বিশেষজ্ঞৰ দল উপস্থিত হোৱাৰ পিছতহে সেয়া বোমা হয়নে নহয় জানিব পৰা যাব।
Published by: Sanjay Kumar Das
First published: May 30, 2021, 12:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি