உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে ত্যাগ নকৰে দল, ক’লে – টিকটক লৈ মতানৈক্য সাধাৰণ কথা

    কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে ত্যাগ নকৰে দল, ক’লে – টিকটক লৈ মতানৈক্য সাধাৰণ কথা

    দুদিন পুৰ্বে বৰাকত কংগ্ৰেছ-এ আই ইউ ডিএফৰ টিকটক লৈ যি মতানৈক্য আছিল সেয়া যিকোনো গণতান্ত্ৰিক দলৰ সাধাৰণ কথা বুলি মন্তব্য কৰে।

    • Share this:
    কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে ত্যাগ নকৰে কংগ্ৰেছ। আজি দিল্লীলৈ ৰাওনা হ'ল সুস্মিতা দেৱ। তামিলনাডু, কেৰালা আৰু পুডুচেৰীত হ'বলগা নিৰ্বাচনত মহিলা কংগ্ৰেছৰ নেত্ৰীসকলৰ টিকট সম্পৰ্কীয় আলোচনাৰ বাবে দিল্লীলৈ উৰা মৰাৰ পূৰ্বে অসমত দৃঢ়তাৰে কংগ্ৰেছ চৰকাৰ হ'ব বুলি মন্তব্য কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

    দুদিন পুৰ্বে বৰাকত কংগ্ৰেছ-এ আই ইউ ডিএফৰ টিকটক লৈ যি মতানৈক্য আছিল সেয়া যিকোনো গণতান্ত্ৰিক দলৰ সাধাৰণ কথা বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে দুদিন পুৰ্বে কংগ্ৰেছ ত্যাগ কৰাক লৈ যি চৰ্চা চলিছিল সেয়া পোনচাতে নাকচ কৰে সুস্মিতাই।
    Published by:Sanjay Kumar Das
    First published: