• Home
  • »
  • News
  • »
  • assam
  • »
  • অসম আৰক্ষীত সংযোজন সুৰঞ্জনাৰ ! অসম আৰক্ষী দিৱসত আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্যসচিবে আনুষ্ঠানিকভাৱে অসম আৰক্ষীত অন্তৰ্ভুক্ত কৰে সুৰঞ্জনাক ...

অসম আৰক্ষীত সংযোজন সুৰঞ্জনাৰ ! অসম আৰক্ষী দিৱসত আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্যসচিবে আনুষ্ঠানিকভাৱে অসম আৰক্ষীত অন্তৰ্ভুক্ত কৰে সুৰঞ্জনাক ...

অসম আৰক্ষীত সংযোজন সুৰঞ্জনাৰ ৷ অসম আৰক্ষী দিৱসত আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্যসচিবে আনুষ্ঠানিকভাৱে অসম আৰক্ষীত অন্তৰ্ভুক্ত কৰে সুৰঞ্জনাক ৷

  • Share this:
অসম আৰক্ষীত সংযোজন সুৰঞ্জনাৰ ৷ অসম আৰক্ষী দিৱসত আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্যসচিবে আনুষ্ঠানিকভাৱে অসম আৰক্ষীত অন্তৰ্ভুক্ত কৰে সুৰঞ্জনাক ৷

৭২ সংখ্যক অসম আৰক্ষী দিৱসত অসম আৰক্ষীত প্ৰথমবাৰলৈ সংযোজিত হয় মহিলা বেণ্ড ৷ চতুৰ্থ অসম আৰক্ষী বাহিনীৰ পেৰেড গ্ৰাউণ্ডত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা অসম আৰক্ষী দিৱস অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰে আনুষ্ঠানিকভাৱে অসম আৰক্ষীত অন্তৰ্ভুক্ত কৰে ৷ অসম আৰক্ষী দিৱসত প্ৰথম বাৰলৈ আনুষ্ঠিক ভাৱে প্ৰদৰ্শন কৰা হয় ৰাষ্ট্ৰপতি নিচান ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষীক ৰাষ্ট্ৰপতি নিচান প্ৰদান কৰাৰ পিছত প্ৰথম বাৰৰ বাবে আনুষ্ঠানিক ভাবে প্ৰদৰ্শন কৰা হয় ৰাষ্ট্ৰপতি নিচান ৷

অসম আৰক্ষী দিৱসত কৰ্তব্যত সাহস আৰু পৰাক্ৰম দেখুৱা অসম আৰক্ষীৰ বিষয়া জোৱানক মেডেল প্ৰদান কৰা হয় ৷ শ্বহিদ উপপৰিদৰ্শক ভাস্কৰ কলিতাক মৰনোত্তৰভাৱে প্ৰদান কৰা হয় ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটা ৷ অনুষ্ঠানৰ অন্তত অসম আৰক্ষীৰ অশ্বাহোহী দলে প্ৰদৰ্শন কৰে কলা কৌশল ৷
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি