‍Breaking: ৰাকেশ পালৰ অপসাৰণ সন্দৰ্ভত কোনো মতামত প্ৰদান নকৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

বৰ্তমানলৈ ৰাকেশ পাললৈ প্ৰেৰণ কৰা নাই জাননী। জাননী প্ৰেৰণৰ পিছত গোচৰসমূহ ন্যায়ালয়ত দাখিলৰ নিৰ্দেশ।

news18assam
Updated:May 8, 2019, 11:47 AM IST
‍Breaking: ৰাকেশ পালৰ অপসাৰণ সন্দৰ্ভত কোনো মতামত প্ৰদান নকৰিলে সৰ্বোচ্চ ন্যায়ালয়ে
ফাইল ফটো
news18assam
Updated: May 8, 2019, 11:47 AM IST
ৰাকেশ পালৰ অপসাৰণ প্ৰসংগ সন্দৰ্ভত কোনো মতামত প্ৰদান নকৰিলে সৰ্বোচ্চ ন্যায়ালয়ে। বৰ্তমানলৈ ৰাকেশ পাললৈ প্ৰেৰণ কৰা নাই জাননী। জাননী প্ৰেৰণৰ পিছত গোচৰসমূহ ন্যায়ালয়ত দাখিলৰ নিৰ্দেশ। শপতনামাযোগে পালৰ বিৰুদ্ধে থকা গোচৰ দাখিলৰ নিৰ্দেশ প্ৰদান। অসম চৰকাৰক নিৰ্দেশনা ৰঞ্জন গগৈৰে গঠিত খণ্ড বিচাৰপীঠৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি